Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ননৈ চেৰফাঙত ইএম সঞ্জীত তাতীৰ গৃহত ৫০জন বিজেপিত যোগদান

Udalguri, Udalguri | Sep 5, 2025
*সমাগত বিটিআৰ নিৰ্বাচন, নিৰ্বাচনক লৈ তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল।*দিনে নিশাই ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত, ক'ৰবাত যদি যোগদান আকৌ আন ক'ৰবাত হৈছে দলত্যাগ পৰ্ব ।* ওদালগুৰিৰ ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত প্ৰায় অৰ্দ্ধ শতাধিকৰ বিজেপিত যোগদান, ইএম সঞ্জিৎ তাঁতীৰ নেতৃত্বত বিপিএফ আৰু ইউপিপিএলৰ কৰ্মীয়ে যোগদান কৰে বিজেপিত।*ননৈ চেৰফাং পৰিষদীয় সমষ্টিত ইএম সঞ্জিৎ তাঁতীৰ কাম-কাজত আপ্লুত হৈ প্ৰতিদিনে দলে-বলে বিজেপিত যোগদান কৰি আহিছে।* *
Read More News
T & CPrivacy PolicyContact Us