Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: মুখ্যমন্ত্ৰী উপস্থিত চিমেন চাপৰিত অনুষ্ঠিত হব লগীয়া সভা স্থলী পৰিদৰ্শন জিলাৰ আয়ুক্ত, সাংসদ,বিধায়ক আৰু আৰক্ষী অধীক্ষকৰ
Dhemaji, Dhemaji | Oct 8, 2025
সৱল মহিলা সৱল সমাজ অসম চৰকাৰে গ্ৰহণ কৰিছে মহিলা সৱলীকৰণৰ বাবে অভিলাষী আচঁনি ৷কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্গত চিমেন চাপৰি ক্ৰীড়া সন্থাৰ খেলপথাৰত ধেমাজি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ৩৮০০০ হাজাৰ মহিলাক প্ৰদান কৰিব “ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ” আচঁনিৰ চেক্ ৷ যাৰ বাবে সভাৰ থলীত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!