This browser does not support the video element.
নাজিৰা: এক নং ৱাৰ্ডত নৃত্য শিল্পী লেখাৰাণী ফুকনৰ গৃহত চোৰে চলালে চাফাই অভিযান,ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত
Nazira, Sivasagar | Aug 26, 2025
নাজিৰাৰ এক নং ৱাৰ্ডত নৃত্য শিল্পী লেখাৰাণী ফুকনৰ গৃহত চোৰে চলালে চাফাই অভিযান,ঘটনাস্থলীত সোমবাৰে নিশা নাজিৰা আৰক্ষী উপস্থিত।নাজিৰাৰ এক নং ৱাৰ্ডৰ নৃত্য শিল্পী লেখাৰাণী ফুকনৰ গৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ পিছ দুৱাৰ ভাঙি লুটি লৈ গল ঘৰৰ মুল্যৱান আ অলংকাৰৰ লগতে নগদ প্ৰায় ৫ হাজাৰ টকা।পৰিয়ালটোৱে চিকিৎসাৰ বাবে দেওবাৰে শিৱসাগৰলৈ গৈ সোমবাৰে ঘৰ আহি সোমোৱাৰ পিছতেই চুৰিকাণ্ড প্ৰত্যক্ষ কৰাৰ পিছতেই হুৱাদুৱাৰ সৃষ্টি হয়।চোৰে গডৰেজ খুলি সকলো বস্ত লণ্ডভণ্ড কৰে।