Download Now Banner

This browser does not support the video element.

নাজিৰা: নাজিৰা ষ্টেট বেংকৰ অৱসৰী শিক্ষকৰ একাউণ্টৰ পৰা চহী জাল কৰি যুৱকে উলিয়াই নিলে ধন,বেংকৰ পৰা যুৱকক আটক কৰিলে নাজিৰা আৰক্ষীয়ে

Nazira, Sivasagar | Sep 1, 2025
নাজিৰা ষ্টেট বেংকৰ অৱসৰী শিক্ষকৰ একাউণ্টৰ পৰা চহী জাল কৰি যুৱকে উলিয়াই নিলে ধন।সোমবাৰে নবীন মেচ নামৰ যুৱক জনে নাজিৰা শাখাত থকা অৱসৰী শিক্ষক অজিত বৰুৱাৰ একাউণ্টৰ পৰা চহী জাল কৰি এহেজাৰ টকা মুকলি কৰাৰ পিছতেই বেংকৰ পৰিচালকৰ যুৱক জনৰ চালচলনত সন্দেহ ওপজাত সোধাপোচা কৰিব লওতেই যুৱক জন পলাবলৈ চেষ্টা কৰাত আন গ্ৰাহকে যুৱক জনক কৰায়ত্ত কৰে।নাজিৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ যুৱক জনক আটক কৰে।পুৰ্বতেও কেইবাবাৰো চহী জালিয়াতিৰে ধন মুকলাই নিছিল।
Read More News
T & CPrivacy PolicyContact Us