This browser does not support the video element.
বিশ্বনাথ: শ্বহীদ ধৰণী ৰিজাল ভৱনত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI ) ৰ ৩য় বিশ্বনাথ জিলা সন্মিলন অনুষ্ঠিত
Biswanath, Biswanath | Sep 7, 2025
বিশ্বনাথৰ শ্বহীদ ধৰণী ৰিজাল ভৱনত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI ) ৰ ৩য় বিশ্বনাথ জিলা সন্মিলন অনুষ্ঠিত কৰা হয়। সন্মিলন খনত পৰ্যৱেশক হিচাপে উপস্থিত থাকে ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য কম: ৰাজদ্বীপ মহন্ত। সভাখনত সভাপতিত্ব কৰে কম: নয়ন ভূমিজে। সভাখনৰ আৰম্ভনিতে এছ এফ আইৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ বেদীত মাল্যাদান কৰা হয়। এক গণতান্ত্ৰিক, প্ৰগতিশীল আৰু বৈজ্ঞানিক দূষ্টিভংগীৰ ছাত্ৰ সংগঠণ হিচাপে সকলোৰে বকৰ্মসংস্থাপন নিশ্চিত কৰা আদি আলোচনা কৰে।