This browser does not support the video element.
সোণাৰি: সোণাৰিত যোগ সমিতিৰ উদ্যোগত অনুষ্ঠিত যোগ আৰু যোগাসন ক্ৰীড়া প্ৰশিক্ষণ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
Sonari, Charaideo | Aug 25, 2025
চৰাইদেউ জিলা যোগ সমিতিৰ উদ্যোগত চৰাইদেউ জিলাত প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে “প্ৰথম চৰাইদেউ জিলাস্তৰীয় যোগা আৰু যোগাসন ক্ৰীড়া প্ৰশিক্ষণ আৰু পৰীক্ষামূলক শিবিৰ, ২০২৫”অনুষ্ঠান । এই তিনিদিনীয়া শিবিৰত অংশগ্ৰহন কৰি যোগাসনৰ বিভিন্ন দিশৰ প্ৰশিক্ষণৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো প্ৰতিভা বিকাশৰ কৰা হৈছে। আজিৰ এই চৰাইদেউ জিলা যোগ সমিতিৰ উদ্যোগত চৰাইদেউ জিলাত প্ৰথমবাৰলৈ আয়োজন কৰা “প্ৰথম চৰাইদেউ জিলাস্তৰীয় যোগা আৰু যোগাসন ক্ৰীড়া প্ৰশিক্ষণ আৰু পৰীক্ষামূলক শিবিৰ, ২০২৫ ত অংশগ্ৰহণ কৰে স