Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: বিভ্ৰান্ত কৰিছে একাংশই, অসমৰ অবৈধ নাগৰিকলৈ নগাই প্ৰেৰণ কৰা জাননীৰ সন্দৰ্ভত সৰুপথাৰত সংবাদমেল বিধায়ক বিশ্বজিত ফুকনৰ

Sarupathar, Golaghat | Aug 22, 2025
বিভ্ৰান্ত কৰিছে একাংশই। অসমৰ অবৈধ নাগৰিকলৈ নগাই প্ৰেৰণ কৰা জাননীৰ সন্দৰ্ভত সৰুপথাৰত শুক্ৰবাৰে দিনৰ প্ৰায় ৩ বজাত সংবাদমেল বিধায়ক বিশ্বজিত ফুকনৰ। বিধায়ক গৰাকীয়ে সংবাদমেলত কয় যে, সীমান্তৰ উৰিয়ামঘাটৰ ১ আৰু ২নং চেতীয়া গাঁৱত বসবাস কৰা অবৈধ নাগৰিকক সেই স্থান ত্যাগ কৰাৰ যি নগা ভিলেজ কাউন্সিলে জাননী প্ৰেৰণ কৰিছে সেয়া এক সম্প্ৰীতিৰ নিদৰ্শন। কিয়নো সীমান্তৰ নাগালেণ্ডৰ তিনিখন আৰু অসম দুখন গাঁৱৰ অবৈধ নাগৰিকক উচ্চেদৰ বাবে দুয়োখন ৰাজ্যই যৌথ প্ৰচেষ্টা হাতত লৈছে।
Read More News
T & CPrivacy PolicyContact Us