This browser does not support the video element.
নলবাৰী: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত নলবাৰীত সন্ধিয়া অগ্নিশিখা সমদল
Nalbari, Nalbari | Sep 6, 2025
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত নলবাৰীত সন্ধিয়া অগ্নিশিখা সমদল৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি নলবাৰী চহৰত উলিওৱা হয় অগ্নিশিখা সমদল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী( ৰেহাই) আদেশ ২০২৫ আৰু “কা” বাতিলৰ দাবীত আজি সন্ধিয়া নলবাৰী চহৰত উলিওৱা হয় অগ্নিশিখা সমদল৷