Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌতাৰ বালিসীহাত ইউপিপিএলৰ নিৰ্বাচনী সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো

Udalguri, Udalguri | Sep 13, 2025
আজি দিনৰ 12বজাত ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাট খোলাৰ বালিশিহাত অনুষ্ঠিত হোৱা এখন বিশাল জন সভাত বিটিআৰৰ প্ৰাক্তন মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ,অংশ গ্ৰহন কৰে । ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ ইউ পিপিএল দলৰ মনোনীত প্ৰাৰ্থী নিলুত স্বৰ্গীয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰাভিযান চলাই । সভাত প্ৰমোদ বড়োৱে কয়%যে হাগ্ৰামা মহিলাৰীয়ে ১৫ বছৰত কৰিব নোৱাৰা কাম আমি পাচ বছৰত কৰি দেখুৱাইছো । হত্যা হিংসাৰে জৰ্জৰিত হৈছিল বিটিআৰ ।হাগ্ৰামাৰ দিনত ।
Read More News
T & CPrivacy PolicyContact Us