Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: BTR নিৰ্বাচনত প্ৰচাৰলৈ যোৱাৰ সময়ত চহৰৰ গনেশ মন্দিৰৰ সমীপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উস্ম আদৰণি
Nalbari, Nalbari | Sep 12, 2025
বি, টি, আৰ, নিৰ্বাচনত প্ৰচাৰ অভিযানলৈ যোৱাৰ সময়ত নলবাৰীৰ গনেশ মন্দিৰৰ ওচৰত বিজেপি, নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকলে উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।উক্ত সময়ছোৱাত জিলা বিজেপিৰ সভাপতি জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!