Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: চাবতিৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অঘটন ,চিকিৎসকে সুস্থ বুলি কৈ ঘৰলৈ পঠোৱা ৰোগী মৃত্যু হোৱাৰ ঘটনা, তদন্তৰ দাবী পৰিয়ালৰ

North Lakhimpur, Lakhimpur | Aug 22, 2025
লখিমপুৰ জিলাৰ নাওবৈচাৰ কলাখোৱাৰ ৩৭ বছৰীয়া যুৱক ৰূপেশ্বৰ মণ্ডল বৃহস্পতিবাৰে গছৰ পৰা পৰি যোৱাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ।পৰবৰ্তী সময়ত ৰূপেশ্বৰ মণ্ডলত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত চিকিৎসাকে সুস্থ বুলি কৈ ৰূপেশ্বৰক ঘৰলৈ পঠাই দিয়ে ।শুক্ৰবাৰে পুৱা ৰূপেশ্বৰৰ স্বাস্থ্য অৱনতি ঘটাত পুনৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পিছতে ৰূপেশ্বৰ ৰ মৃত্যু হয় ।শুক্ৰবাৰে ঘটনাৰ তদন্ত দাবী জনাইছে পৰিয়ালে চাবতিত।
Read More News
T & CPrivacy PolicyContact Us