Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: ঘগ্ৰাপাৰত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত অথন্তৰ,অসুস্থ হৈ পৰিল কেইবাগৰাকীও মহিলা

Ghograpar Part, Nalbari | Aug 22, 2025
নলবাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত অথন্তৰ। উৎকট গৰমৰ মাজত অসুস্থ হৈ পৰিল কেইবা গৰাকী মহিলা।মহিলা সকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে NMCH ত৷৫ খনৰো অধিক এম্বুলেন্সেৰে মহিলাসকলক লৈ যোৱা হৈছে NMCH লৈ।
Read More News
T & CPrivacy PolicyContact Us