This browser does not support the video element.
ডিমৌ: পালেঙ্গী কছাৰী পথাৰৰ এজন ব্যক্তিৰ হাঁহৰ গৰালৰ পৰা এটা বিষাক্ত চকৰিফেঁটী উদ্ধাৰ কৰে সৰ্পবন্ধু ৰমিজ আলীয়ে
Dimow, Sivasagar | Sep 9, 2025
ডিমৌ পালেঙ্গী কছাৰী পথাৰৰ এজন ব্যক্তিৰ হাঁহৰ গৰালৰ পৰা এটা বিষাক্ত চকৰিফেঁটী উদ্ধাৰ হয়,সৰ্পবন্ধু ৰমিজ আলীয়ে বিষাক্ত সাপটো উদ্ধাৰ কৰি নিৰাপদ স্থানত মুকলি কৰি দিয়ে।ডিমৌ পালেঙ্গী কছাৰী পথাৰৰ প্ৰবীণ গগৈ নামৰ ব্যক্তিজনৰ গৃহৰ হাঁহ গৰালৰ পৰা সোমবাৰে নিশা এটা বিষাক্ত চকৰিফেঁটী সাপ উদ্ধাৰ কৰে সৰ্প বন্ধু ৰমিজ আলীয়ে।সাপটো সৰ্প বন্ধু ৰমীজ আলীয়ে নিৰাপদ স্থানত মুকলি কৰি দিয়ে।উল্লেখ্য যে সোমবাৰে ১৫ টাকৈ কুকুৰাক মৃত্যু মুখত পেলাইছিল চকৰিফেঁটীটোৱে।