Download Now Banner

This browser does not support the video element.

ধেমাজি: জীয়াঢল নদী খহনীয়াত শন্তপুৰ গাঁৱত ৰাইজৰ মাজত আতংকৰ সৃষ্টি,অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ৰাইজৰ #jansamasya

Dhemaji, Dhemaji | Aug 7, 2025
জীয়াঢল নদী খহনীয়াত শন্তপুৰ গাঁৱত ৰাইজৰ মাজত আতংকৰ সৃষ্টি,অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ৰাইজৰ বৃহস্পতি বাৰে আবেলি চাৰি বজাত ৰাইজে সংবাদ মাধ্যমক অৱগত কৰোৱাৰ অনুসৰি জীয়াঢল নদী খহনীয়াত শন্তপুৰ গাঁৱৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে গঢ়া খহনীয়াৰ বাবে উজাগৰে থাকিব লগীয়া হৈছে বুলি জানিবলৈ দিয়ে। আজি প্ৰায় পাঁচ বছৰ পূৰ্বে নদী খন ৫০০ মিটাৰ আঁতৰত আছিল ।
Read More News
T & CPrivacy PolicyContact Us