This browser does not support the video element.
ধেমাজি: বৰবামত অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত, উপস্থিত ৰাজ্যিক সাধাৰণ সম্পাদক
Dhemaji, Dhemaji | Aug 24, 2025
দেওবাৰে আবেলি 5 বজাত অসম গণ পৰিষদৰ ৭৮নং ধেমাজি বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰবাম গাঁও পঞ্চায়তৰ" বৰবাম কছাৰী কৃষ্টিৰ ভৱনত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ এখন সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা লগতে আগন্তুক দিনত দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা হয়। লগতে বৰবাম আঞ্চলিক সমিতিৰ ভঙ্গৰ কৰি নতু