Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বাইপাছত পুৱতি নিশা গৰু গাড়ী সহ চাৰিজনক আটক কৰি জেল হাজোত প্ৰেৰণ

Biswanath, Biswanath | Sep 9, 2025
বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক দেবৰ্ষি চৌধুৰীৰ নেতৃত্বত আজি পুৱতি নিশাৰ ভাগত আৰক্ষীৰ এটা দলে লক্ষীমপুৰ পৰা আহি থকা সময়ত AS23-BC-5299 নম্বৰৰ পাঞ্জাৱবোডী ট্ৰাকত ৫২ টা গৰু কঢ়িয়াই অনা সময়ত অভিযান চলাই জব্দ কৰি চাৰি জন লোকক আটক কৰি থানাত লৈ অনা হয়। ইতিমধ্যে আশিক আলি, ৰিহাণ ৰাউতিয়া, কমল কুমাৰ গগৈ আৰু দিপাংকৰ পাঠকক দিনজোৰা তদন্তৰ পিচত বিশ্বনাথ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাই সকলোকে জেল হাজোত লৈ প্ৰেৰণ কৰি দিয়ে।
Read More News
T & CPrivacy PolicyContact Us