This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: অৰুণোদয় আঁচনিৰ ৩.০ সন্দৰ্ভত শনিবাৰে দিনৰ ১ বজাত ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়
Dhekiajuli Part, Sonitpur | Sep 6, 2025
অৰুণোদয় আঁচনিৰ ৩.০ সন্দৰ্ভত ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি আগন্তুক ১৭ চেপ্টেম্বৰ তাৰিখে অৰুণোদয় হিতাধিকাৰীক ধন আগবঢ়োৱা হব ৷ সেয়েহে উক্ত আচঁনিত যাতে যোগ্য লোক বাদ নপৰে তাৰ উদ্দেশ্যৰে আজি উক্ত পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ আজিৰ পৰ্যালোচনা সভাত গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাস,অমিয় পুৰ জিলা পৰিষদৰ সদস্যা কুসুম কুমাৰী,পানবাৰী জিলা পৰিষদৰ সদস্যা উপস্থিত থাকে ৷