Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙৰ দুলিয়া চৰ্চাবাৰীত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

Moran, Dibrugarh | Aug 22, 2025
খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আজি দুলিয়া চৰ্চাবাৰীত নৱনিৰ্মিত এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । আৱণ্টিত পুজি ২৫ লাখ টকাৰে নিৰ্মাণ কৰা অংগনৱাড়ী কেন্দ্ৰটো শুভ উদ্বোধনৰ লগত সংগতি ৰাখি এটি অনুষ্ঠানো অনুষ্ঠিত হয় ।
Read More News
T & CPrivacy PolicyContact Us