This browser does not support the video element.
সোণাৰি: সোণাৰিত এইচডিএফচি বেংকে দুখনকৈ বিদ্যালয়ত প্ৰদান কৰা স্মাৰ্ট শ্ৰেণীকোঠাৰ উদ্বোধন কৰে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে
Sonari, Charaideo | Sep 2, 2025
চৰাইদেউ জিলাৰ দুখনকৈ আগশাৰী বিদ্যালয়ত আজি দুটাকৈ স্মাৰ্ট শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কৰা হয়। সোণাৰিৰ HDFC বেংকৰ তৰফৰ পৰা প্ৰদান কৰা এই স্মাৰ্ট শ্ৰেণী কোঠাৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি HDFC বেংকৰ সোণাৰি শাখাৰ তৰফৰ পৰা এই দুটাকৈ স্মাৰ্ট শ্ৰেণী কোঠা প্ৰদান কৰা হয়। সোণাৰিৰ পদ্ম কুমাৰী বৰুৱা বালিকা বিদ্যালয় আৰু সোণাৰি নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই স্মাৰ্ট শ্ৰেণী কো