Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মহানগৰীৰ লংকেশ্বৰৰ কৈলাশপুৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ,এটা বন্ধ কোঠাত উদ্ধাৰ মৃতদেহটো, আটক স্বামীক

Guwahati, Kamrup Metropolitan | Aug 24, 2025
দেওবাৰে মহানগৰীৰ লংকেশ্বৰৰ কৈলাশ পুৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ,এটা বন্ধ কোঠাত উদ্ধাৰ মহিলা গৰাকীৰ অৰ্ধ গলিত মৃতদেহটো। মৃত মহিলা গৰাকীৰ নাম মিনু বেজবৰুৱা বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ, CID ৰ লগতে ফৰেঞ্চিকৰ দল।আটক কৰে ৰিংকু দাস নামৰ মহিলা গৰাকীৰ স্বামীক।
Read More News
T & CPrivacy PolicyContact Us