Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: অসমৰ মাটিতে অসম আৰক্ষীক ধমক নগাৰ, সীমান্তৰ টেঙাতলত নিৰাপত্তা দিবলৈ গৈ নগাৰ ধমকত উভতিল আৰক্ষী

Sarupathar, Golaghat | Oct 5, 2025
অসমৰ মাটিতে অসম আৰক্ষীক ধমক নগাৰ। দেওবাৰে সন্ধ্যা প্ৰায় ৬.৩০ মান বজাত সীমান্তৰ টেঙাতলত নিৰাপত্তা দিবলৈ গৈ নগাৰ ধমকত উভতিল আৰক্ষী। যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ সীমান্ত অঞ্চলত। যিসময়ত নগাই শতাধিক অসমীয়াৰ বাসগৃহ জ্বলাই দিয়াৰ পাছত অঞ্চলবাসী শংকাত দিন অতিবাহিত কৰিব লগা হৈছে, ঠিক তেনেসময়ত অসম আৰক্ষীক নগা লোকৰ এনে অন কেমেৰা ধমক দিয়া কাৰ্য অতি স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত হৈছে।
Read More News
T & CPrivacy PolicyContact Us