Download Now Banner

This browser does not support the video element.

নলবাৰী: হাজো ৰোড স্থিত দেশপ্ৰাণ নগেন শৰ্মা ভৱনত আয়োজিত অসম মহিলা পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সভা

Nalbari, Nalbari | Aug 31, 2025
আজি নলবাৰী হাজো ৰোড স্থিত দেশপ্ৰাণ নগেন শৰ্মা ভৱনত আয়োজিত অসম মহিলা পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ, কাৰ্যকৰী সভানেত্ৰী বন্তী পাঠক, সাধাৰণ সম্পাদিকা ৰিপা কলিতা পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰা উক্ত সভাত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক আক্ৰাম হুছেইন, সম্পাদক কেশৱ চন্দ্ৰ ডেকা, দিলীপ কুমাৰ দাস, নলবাৰী,বৰক্ষেত্ৰী আৰু টিহু সমষ্টি সমিতিৰ সভাপতি সকল উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us