This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ সমীপৰ খন্দিকৰত উত্তাল প্ৰতিবাদ,জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ
Rangia Part, Kamrup | May 16, 2025
শুকুৰবাৰে ৰঙিয়াৰ সমীপৰ খন্দিকৰত উত্তাল প্ৰতিবাদ। জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ শতাধিক পুৰুষ মহিলাৰ। বছৰ বছৰ ধৰি ৰঙিয়াৰ পৰা কাউৰবাহা লতিবাৰী সংযোগী পথটো জহি খহি গৈছে। তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কতৃপক্ষই। অৱশেষত শুকুৰবাৰে খন্দিকৰ আঞ্চলিক ABMSUৰ নেতৃত্বত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।