Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: শাৰদীয় দূৰ্গা পূজাৰ মণ্ডপত ডিজে গান নবজাবলৈ ঢেকীয়াজুলিৰ পৰা আহ্বান সনাতনী বীৰ হিন্দু সেনাৰ

Dhekiajuli Part, Sonitpur | Sep 26, 2025
সমাগত শাৰদীয় দুৰ্গা পূজা,শাৰদীয় দূৰ্গা পূজাত ডিজে গান নবজাবলৈ আহ্বান সনাতনী বীৰ হিন্দু সেনাৰ ৷ এই সন্দৰ্ভত শুক্ৰবাৰে দিনৰ ১ বজাত ঢেকীয়াজুলিত মন্তব্য প্ৰকাশ কৰিলে সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাসে ৷ উল্লেখ্য যে প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই এই আহ্বান মণিকণ দাসৰ ৷
Read More News
T & CPrivacy PolicyContact Us