Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: সাকোমঠাত ত্ৰিৰংগা যাত্ৰা সম্পন্ন, দুই বিধায়কৰ অংশগ্ৰহণ

Biswanath, Biswanath | Aug 10, 2025
সমগ্ৰ ভাৰতৱৰ্ষৰ দৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ সাকোমঠাতো সাকোমঠা মণ্ডলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সাধাৰু খেল ময়দানৰ পৰা সাধাৰু গাঁওৰ চোতালে চোতালে ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ এই কাৰ্যসূচী শুভাৰম্ভ কৰে।, বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমঠা ১ জিলা পৰিষদৰ সদস্যা তথা উপ সভাপতি পবিতা নাৰ্জাৰি গয়াৰী, সাকোমঠা ২ জিলা পৰিষদৰ সদস্য গণেশ বাছোৱাৰ আদি অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us