This browser does not support the video element.
নলবাৰী: চহৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ নলবাৰী জিলা সমিতিৰ
Nalbari, Nalbari | Sep 6, 2025
নলবাৰী চহৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ।উল্লেখযোগ্য য়ে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আবেদনৰ ম্যাদ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে