This browser does not support the video element.
ওদালগুৰি: আমগুৰি,হাছৰা,ছাৰংপাৰাত ১৫০শৰো অধাক লোক বিপিএফত যোগদানৰ কাৰ্যসুচী
Udalguri, Udalguri | Aug 22, 2025
যোগদানৰ গৰম বতাহ চলিছে BTRত, বি পি এফ, ইউ পি পি এল, ভাৰতীয় জনতা পাৰ্টীত যোগদান সভাত যোগদান হৈ থকাটো এতিয়া নৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ।ওদালগুৰি জিলাৰ আমগুৰি,হাছৰা,ছাৰংপাৰাত একে দিনাই তিনি ঠাইত যোগদান সভা বি পি এফ দলৰ