Download Now Banner

This browser does not support the video element.

সোণাৰি: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃতুৰ ন্যায় আৰু উচিত তদন্তৰ দাবীত সাপেখাতিৰ পৰা যোৰহাটলৈ দৌৰি প্ৰতিবাদ দুই যুৱক অনুৰাগীৰ

Sonari, Charaideo | Oct 7, 2025
এক ৰহস্যৰ আৱৰ্তত থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক ৰাজ্যবাসীয়ে সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই। প্ৰশাসনৰ উপৰত বিশ্বাস ৰাখি ৰাইজে আধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে এই তদন্তৰ অন্ত। তাৰ মাজতে সাপেখাতীৰ দুই যুৱকৰ অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীত এক ব্যতিক্ৰমী ভাৱে এক প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃতুৰ ন্যায় দাবীত সাপেখাতিৰ পৰা দৌৰি প্ৰতিবাদ৷ ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীৰ বিতু ভুমিজ আৰু বিতুপন গগৈয়ে সাপেখাতীৰ পৰা যোৰহাটলৈ দৌৰ মাৰি জুবিন গাৰ্গৰ ন্য
Read More News
T & CPrivacy PolicyContact Us