Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: উৰিয়ামঘাটৰ ধুপগুৰি জনজাতি বিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন বিধায়ক বিশ্বজিত ফুকনৰ

Sarupathar, Golaghat | Sep 2, 2025
মঙ্গলবাৰে বিয়লি প্ৰায় ৪ মান বজাত উৰিয়ামঘাটৰ ধুপগুৰি জনজাতি বিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন বিধায়ক বিশ্বজিত ফুকনৰ। নতুনকৈ নিৰ্মাণ কৰি থকা উৰিয়ামঘাটৰ ধুপগুৰি জনজাতি বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে। শিক্ষা অনুষ্ঠান খন নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হব বুলি উল্লেখ কৰে বিধায়ক ফুকনে।
Read More News
T & CPrivacy PolicyContact Us