Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: সংবাদ মাধ্যমৰ প্ৰতিটো সমালোচনা হজম কৰাৰ শক্তি জনপ্ৰতিনিধিৰ থাকিব লাগিব‌, সদৰত এই মন্তব্য বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

Dibrugarh East, Dibrugarh | Jun 28, 2025
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিকক উদ্দেশ্যি তৰল মন্তব্য কৰাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। এই সম্পৰ্কে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সংবাদ মাধ্যমৰ প্ৰতিটো সমালোচনা হজম কৰাৰ শক্তি জনপ্ৰতিনিধিৰ থাকিব লাগিব।
Read More News
T & CPrivacy PolicyContact Us