Download Now Banner

This browser does not support the video element.

বোকাখাত: CAAৰ বিৰুদ্ধে আকৌ জ্বলিছে ৰাজ্য, বোকাখাতত গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতি দাহ AJYCPৰ

Bokakhat, Golaghat | Sep 4, 2025
CAAৰ বিৰুদ্ধে আকৌ জ্বলিছে ৰাজ্য। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৬ বজাত বোকাখাতত গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ। অসমক CAA ৰ পৰা বাহিৰত ৰখাৰ দাবিৰে আজি সংগঠনটোৰ বোকাখাত সমজিলা সমিতিয়ে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে সংগঠনটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে আদেশ পত্ৰৰ প্ৰতিলিপিও দাহ কৰে ।
Read More News
T & CPrivacy PolicyContact Us