Download Now Banner

This browser does not support the video element.

সোণাৰি: মন্ত্ৰী, বিধায়কৰ উপস্থিতিত জিলা বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে সোণাৰিত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ

Sonari, Charaideo | Sep 1, 2025
চৰাইদেউ জিলাৰ সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছৰ বিৰুদ্ধে সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলা বিজেপিয়ে। কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলাৰেন্সৰ নেতৃত্বই দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ প্ৰতি অশালীন ভাষাৰে অপমান কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰে। চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ৰপৰা বাহিৰ কৰা প্ৰতিবাদী সমদলত কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধানৰ লগতে শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ
Read More News
T & CPrivacy PolicyContact Us