Download Now Banner

This browser does not support the video element.

হাজো: গুৱাহাটীৰ কৰ্মস্থলীৰ পৰা সন্ধানহীন হাজোৰ যুৱক ছিৰাজ আলী, হাজোৰ ঘৰত কান্দোনৰ ৰোল,হাজো থানাত এজাহাৰ দাখিল পৰিয়ালৰ

Hajo, Kamrup | Aug 27, 2025
ৰহস্যজনক ভাবে গুৱাহাটীৰ কৰ্মস্থলীৰ পৰা নিৰুদ্দেশ হাজোৰ উখুৰা গাঁৱৰ ছিৰাজ আলী। হাজোৰ উখুৰা গাঁৱৰ ঘৰত কান্দোনৰ ৰোল। বুধবাৰে সংবাদ মাধ্যমৰ আগত যুৱক জনৰ পৰিয়ালৰ লোকে জনালে এই কথা। ঘৰৰ পৰা গুৱাহাটীত কৰ্মসূত্ৰে থাকে ছিৰাজ আলী।পৰিয়ালটোৱে হাজো আৰক্ষীত ইতিধ্যেই এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ কোনো শুংসূত্ৰ নাই যুৱক জনৰ।
Read More News
T & CPrivacy PolicyContact Us