This browser does not support the video element.
সোণাৰি: সমস্যাৰে জৰ্জৰিত হৈ পৰা ঔগুৰি লুখুৰাখন উপ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,ৰোগী মাজত হাহাকাৰ পৰিৱেশ,চৰকাৰক ব্যৱস্থা গ্ৰহণ দাবী
Sonari, Charaideo | Sep 8, 2025
অসম -অৰণাচল -নাগালেণ্ড সামান্তৰ্বতী ঔগুৰি লুখুৰাখন উপ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিশুদ্ধ খোৱা পানী,শৌচাগাৰকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত। দুগৰাকী কৰ্মচাৰী য়ে ২০ বছৰ ধৰি অস্থায়ী ভাৱে এক হাজাৰ টকাত স্বাস্থ্য কেন্দ্ৰত সেৱা আগবঢ়াই আহিছে। এনেবোৰ সমস্যাক কেন্দ্ৰ কৰি ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।অসম - অৰুণাচল -নাগালেণ্ড ত্ৰিবেণী সঙ্গম সাপেখাতী মৌজা। সাপেখাতী মৌজাৰ সীমান্তবতী কানুবাৰী ঔগুৰি প্ৰাথমিক উপ স্বাস্থ্য কেন্দ্ৰ এশ এবুৰি সমস্যাৰ জৰ্জৰিত। প্ৰায় দুই সহস্ৰাধি