This browser does not support the video element.
সোণাৰি: মঞ্জুশ্ৰীত এগৰাকী মহিলাক বিষাক্ত সাপে কৰিলে দংশন, মহিলা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ
Sonari, Charaideo | Sep 6, 2025
চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত মঞ্জুশ্ৰী চাহ বাগিচাৰ এগৰাকী মহিলাক বিষাক্ত সাপে কৰিলে দংশন। মহিলা গৰাকী মঞ্জুশ্ৰী অঞ্চলৰ নিবাসী সুৰুজ তপ্নৰ পত্নী সত্য তপ্ন। মহিলা গৰাকীক এটা বিষাক্ত সাপে দংশন কৰে। সাপডালে দংশন অৰাত শংকিত হৈ পৰে। সাধাৰণতে এই সময়ত অন্যান্য বিষাক্ত সাপ ঘৰৰ চোকে কোনে তথা ঘাঁহনি আৰু সাবিত অথবা মুকলি স্থানত আশ্ৰয় লয় আৰু প্ৰাণৰ আশংকাত দংশন কৰে। আজি মঞ্জুশ্ৰী চাহ বাগিচা অঞ্চলৰ সত্য তপ্নয়ে বাগিচাত পাত তুলি থকা অৱস্থাত এই সাপডালে দংশন কৰে।