Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াত গুলীচালনা ঘটনাৰ মূল অভিযুক্ত চিআৰপিএফ জোৱান বিকি পুৰুষোত্তম আৰু ইৰফান আলীক গ্ৰেপ্তাৰ,জব্দ এটা পিষ্টল,২টা মেগজিন
Rangia Part, Kamrup | Sep 1, 2025
সোমবাৰে ৰঙিয়াত গুলীচালনা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত চিআৰপিএফ জোৱান বিকি পুৰুষোত্তম আৰু ইৰফান আলী। এটা পিষ্টল, দুটা মেগজিনসহ জব্দ ৮ জাই গুলী।ব্যৱসায়ী ছাইদুলক গুলীয়াবলৈ গৈ লক্ষ্যভ্ৰষ্ট হৈ গুলী লাগিছিল মতলিব আলীৰ পিঠিত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!