ঢেকীয়াজুলি নগৰস্থিত কালিবাৰীত বুধবাৰে দিনৰ ১১ বাজি ১৫ মিনিটৰ পৰা অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী গনেশ পূজা ৷ উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্বৰ মংগল কামনাৰে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো ঢেকীয়াজুলি নগৰস্থিত কালিবাৰীত অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক শ্ৰীশ্ৰী গনেশ পূজা ৷ আজি এক উদুলিমুদুলি পৰিবেশ ঢেকীয়াজুলি নগৰস্থিত কালিবাৰীত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক শ্ৰীশ্ৰী গনেশ পূজাস্থলিত ৷