This browser does not support the video element.
হোজাই: জিলা সদৰৰ জিলা বিজেপিৰ কাৰ্য্যলয়ত জিলা বিজেপিৰ সভাপতিৰ উপস্হিতিত বিজেপিৰ এখনি সাংগঠনিক বৈঠক অনুষ্ঠিত হয়
Hojai, Hojai | Aug 21, 2025
জিলা সদৰৰ জিলা বিজেপিৰ কাৰ্য্যলয়ত জিলা বিজেপিৰ সভাপতিৰ উপস্হিতিত বিজেপিৰ এখনি সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। বৃহস্পতিবাৰে আবেলি ৪ মান বজাত হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ হোজাই জিলা বিজেপিৰ কাৰ্য্যলয়ত জিলা বিজেপিৰ সভাপতি দিলিপ ধৰ'ৰ উপস্হিতিত এখনি সাংগঠনিক বৈঠক অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি দিলিপ ধৰ, জিলা বিজেপিৰ সম্পাদক, জিলা বিজেপিৰ নেতা কৰ্মী সকল উপস্থিত থাকে।