This browser does not support the video element.
সৰুপথাৰ: বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত উৰিয়ামঘাটত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বিশাল নাগৰিক সভা
Sarupathar, Golaghat | Sep 7, 2025
বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত দেওবাৰে বিয়লি প্ৰায় ৪ মান বজাত উৰিয়ামঘাটত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বিশাল নাগৰিক সভা অনুষ্ঠিত হৈ যায়। শেহতীয়াকৈ অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসী স্থিতিৰ সন্দৰ্ভত বিশেষভাৱে আজিৰ সভাত আলোচনা কৰা হয়। উক্ত সভাই অসমৰ মানচিত্ৰৰ পৰা যাতে অসমৰ মাটি নাইকীয়া নহয়, পুনৰ উচ্চেদিসকল যাতে উক্ত স্থান সংস্থাপন নহয়, বাকী থকা অঞ্চলসমূহ উচ্চেদ কৰাকে ধৰি কেইটাবাও প্ৰস্তাৱ গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।