This browser does not support the video element.
মৰঙী: প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ,প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভালৈ প্ৰয়োজন নহয় কোনোধৰণৰ পাচ, লেটেকুজানত মন্তব্য বিধায়ক বিশ্বজিত ফুকনৰ
Morangi, Golaghat | Sep 12, 2025
প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভালৈ প্ৰয়োজন নহয় কোনোধৰণৰ পাচ। শুক্ৰবাৰে বিয়লি প্ৰায় ৪ বজাত নুমলীগড়ৰ লেটেকুজানত মন্তব্য বিধায়ক বিশ্বজিত ফুকনৰ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে, অহা ১৪ ছেপ্টেম্বৰত নুমলীগড়ত ৫ হাজাৰ কোটি ব্যয় সাপেক্ষে নিৰ্মিত জৈৱ শোধনাগাৰ উদ্বোধন আৰু ৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা পলিপ্ৰ'পিলিন উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।