This browser does not support the video element.
ডিফু: হামৰেণত চতুৰ্থ সংখ্যক এমএচি কাপ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কাকৰ চিইএম তুলিৰাম ৰংহাঙৰ
Diphu, East Karbi Anglong | Aug 26, 2025
মঙলবাৰে বিয়লি প্ৰায় তিনিমান বজাত হামৰেণত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ এমএচি কাপ ফুটবল প্ৰতিযোগিতা ৷ আজি উক্ত প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ উল্লেখযোগ্য যে বিগত চাৰি বছৰৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিক সামৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে ৷ চতুৰ্থ এমএচি কাপ ফুটবল প্ৰতিযোগিতা আজিৰ উদ্বোধনী খেলখন ছচেং বনাম বিথুং ৰেংথামা পপিষদীয় সমষ্টিৰ মাজত অনুষ্ঠিত হৈছে ৷