Download Now Banner

This browser does not support the video element.

সোণাৰি: কমনৱেলথ চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জনেৰে জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ধৰ্মজ্যোতি দেউঘৰীয়াই,সোণাৰিত প্ৰতিক্ৰিয়া বিধায়কৰ

Sonari, Charaideo | Aug 25, 2025
ভাৰোত্তলনত স্বৰ্ণপদক অৰ্জনেৰে দেশক গৌৰৱান্বিত কৰিলে সোণাৰিৰ সন্তান ধৰ্মজ্যোতি দেউঘৰীয়াই।৫৬ কিলোগ্ৰাম শাখাত কমনৱেলথ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন ধৰ্মজ্যোতিৰ।ক্লীন এণ্ড জাৰ্ক শাখাত অংশগ্ৰহণ কৰি ১২৭ কিলোগ্ৰাম উত্তোলন কৰি নতুন অভিলেখ গঢ়িলে ধৰ্মজ্যোতিয়ে।গুজৰাটত অনুষ্ঠিত কমনৱেলথ চেম্পিয়নশ্বিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল চৰাইদেউ জিলাৰ সোণাৰিৰ সন্তান ধৰ্মজ্যোতি দেউঘৰীয়াই। চৰাইদেউ জিলাৰ ভাৰোত্তলনৰ সভাপতি তথা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে গৌৰ
Read More News
T & CPrivacy PolicyContact Us