Download Now Banner

This browser does not support the video element.

লংকা: আজি পূৱা ৬ বজাৰ পৰা আজি সন্ধীয়া ৫ বজালৈকে বন্ধ লংকাৰ দোকান পোহাৰ: লংকাৰ চেম্বাৰ অফ কমাৰ্চ

Lanka, Hojai | Sep 20, 2025
জুৱিন গাৰ্গৰ অবিহনে পাৰ হৈ গল এটি নিশা।শোকত ভাঙি পৰিছে ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে লংকাতো চেম্বাৰ অফ কমাৰ্চৰ আহ্বানত শনিবাৰে পূৱা ৬ বজাৰ পৰা আজি সন্ধীয়া ৫ বজালৈকে বন্ধ লংকাৰ দোকান পোহাৰ । উক্ত বন্ধত সম্পূৰ্ণ সমৰ্থন লংকাৰ ব্যৱসায়ী সকলৰ।বন্ধৰ পিছত আজি সন্ধীয়া লংকাৰ চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত লংকা বজাৰৰ সন্মূখত নেতাজী প্ৰতিমুৰ্তিৰ তলত জুৱিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰিব লংকাৰ চেম্বাৰ অফ কমাৰ্চে।
Read More News
T & CPrivacy PolicyContact Us