This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিটিচি নিৰ্বাচনৰ বাবে চহৰত দ্বিতীয় পৰ্যায় ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে বিপিএফ দলৰ
Kokrajhar Part, Kokrajhar | Aug 30, 2025
বিটিচি নিৰ্বাচনৰ বাবে শনিবাৰে সন্ধিয়া ৮ বজাত দ্বিতীয় পৰ্যায় ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে বিপিএফ দলে। বিপিএফ ৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীই আজি মুঠ ১০ খন সমষ্টিৰ বাবে প্ৰাৰ্থী সকলৰ নামক ঘোষণা কৰে। ইয়াৰে পাস্নয় ছেৰফাং সমষ্টিত শ্যাম ছন্দি, ৰৌতাত চৰণ বড়ো, মানস চেৰফাংত জাংজিলা হাজোৱাৰী, থুৰিবাৰীত খলিলুৰ ৰহমান, চালবাৰীত দিগন্ত গয়াৰী, ককলাবাৰীত চোমখোৰ বড়ো, গৈবাৰীত জিতেন মুছাহাৰী, ভেৰগাওত মন্সুমা বসুমতাৰী, ননৈ ছেৰফাংত পৌল তপো