This browser does not support the video element.
দেৰগাঁও: দেৰগাঁও আৰক্ষী থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন অনুৰাগীৰ
Dergaon, Golaghat | Sep 20, 2025
দেৰগাঁও আৰক্ষী থানাত শনিবাৰে মাজনিশা ২ বজাত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন অনুৰাগীৰ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল। জুবিন গাৰ্গৰ অনুৰাগী তথা যুৱ প্ৰজন্মৰ এগৰাকী গীতিকাৰ শৰৎ সৌৰভ আৰু তেখেতৰ বন্ধু বৰ্গই মাজনিশা দেৰগাঁও থানাত উপস্থিত হৈ শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰে এজাহাৰকাৰী দলটোৱে।