Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: হাগ্রামা মহিলাৰীই খামফা বৰগয়াৰীক জাতিদ্ৰহী কোৱাৰ পিছতে গৌৰ নগৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ খামফা বৰগায়াৰীৰ

Kokrajhar Part, Kokrajhar | Aug 11, 2025
হাগ্রামা মহিলাৰীই খামফা বৰগয়াৰীক জাতিদ্ৰহী কোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খামফা বৰগায়াৰীই। সোমবাৰে সন্ধিয়া ৭ বজাত কোকৰাঝাৰ চহৰৰ গৌৰ নগৰত ইউ পি পি এল দলৰ যোগদান সভাত অংশগ্ৰহন কৰি হাগ্ৰামা মহিলাৰী ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বড়ো জাতিক এক গোট হোৱাত ময় বাধা কৰিছিল যদি প্ৰমাণ কৰক বুলি দাবী কৰে।
Read More News
T & CPrivacy PolicyContact Us