Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰৰ ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয়ৰ সভাগৃহত গুৰুত্বপূৰ্ণ সাংগঠিক সভা

Ghograpar Part, Nalbari | Aug 6, 2025
ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয়ৰ সভাগৃহত গুৰুত্বপূৰ্ণ সাংগঠিক সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত অহা ১৪ আগষ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘগ্ৰাপাৰত ৰে'লৱে অভাৰ ব্রীজৰ আধাৰশিলা স্থাপন কৰাৰ ওপৰিও নলবাৰী জিলা দিৱসত উপস্থিত থাকিব লগতে অহা ২২ আগষ্টত "পিএম শ্ৰী ঘগ্ৰাপাৰ হাইস্কুল"খেল পথাৰত অসম চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত নলবাৰী সমষ্টিৰ প্ৰায় ৩৪০০০ মহিলাক চেক প্ৰদান কৰা শুভৰম্ভানী কাৰ্যসূচীত উপস্থিত থাকিব
Read More News
T & CPrivacy PolicyContact Us