Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰত কলিতা জনগোষ্ঠী অসম নলবাৰী জিলা সমিতিৰ ৮ ঘণ্টীয়া অনশন, মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

Nalbari, Nalbari | Sep 2, 2025
কলিতা জনগোষ্ঠী অসমৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী প্ৰেছ ক্লাৱৰ সন্মুখত ৮ ঘণ্টীয়া অনশন কাৰ্য সূচী ৰুপায়ন কৰা হয়। আজিৰ এই অনশন কাৰ্যসূচীৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বিলিত স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ কাৰ্যসূচীত কলিতা জনগোষ্ঠী অসমৰ উপদেষ্টা দিনেশ তালুকদাৰ,যুটীয়া সম্পাদক বিজয় কলিতা নলবাৰী জিলাসমিতিৰ সভাপতি গুৰুচৰণ ডেকা সহ বিষয়ববীয়াসকল উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us