Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: মৰলগাঁৱত অচিনাকী লোকক লৈ উত্তপ্ত পৰিস্থিতি, অচিনাকী যুৱতীসহ কিশোৰক আটক বিশ্বনাথ আৰক্ষীৰ

Biswanath, Biswanath | Aug 11, 2025
বিশ্বনাথৰ উত্তৰ মৰলগাঁৱত অচিনাক্ত লোকৰ বিচৰণ কৰাক লৈ আজি গাওঁখনত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ চাৰি পাচঁজনীয়া এটা অচিনাকী হিন্দী ভাষী দল এটাই উত্তৰ মৰলগাৱঁত প্ৰৱেশ কৰি ডিঙিত ৰছী লৈ ঘৰেঘৰে টকা পইচা বিচাৰি ফুৰাৰ সময়তে আৰু বহুকেইজন গাওঁখনত প্ৰৱেশ কৰাত ৰাইজৰ সন্দেহ হয়। বিশ্বনাথ সদৰ আৰক্ষী থানাত খৱৰ দিয়া ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিতহৈ এই অচিনাকী যুৱতী আৰু এটি কিশোৰক আটক কৰে৷
Read More News
T & CPrivacy PolicyContact Us