Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত সুধাকন্ঠৰ জন্ম জয়ন্তীৰ অনুষ্ঠান ,অসম আবৃত্তি সংস্কৃতি পৰিষদৰ উদ্যোগত ডিফুৰ ৰাংছিনা ভৱনত কবিতাৰে সুধাকন্ঠক সোঁৱৰণ

Diphu, East Karbi Anglong | Sep 7, 2025
কাৰবি আংলং জিলাৰ সদৰ ডিফুত আজিৰে পৰা আৰম্ভ হৈছে সুধাকন্ঠৰ স্মৰণ ৷ দেওবাৰে দিনৰ ২ বজাত সমগ্ৰ ৰাজ্যৰ লগতে ডিফুতো জনতাৰ শিল্পী ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জাতীয় জীৱনক সমৃদ্ধ কৰা শিক্ষাবিদ ; আবৃত্তিকাৰ ড° অমৰজ্যোতি চৌধুৰীৰ ৰচনা কৰা “ মৃত্যু জিনাৰ গান ” শীৰ্ষক কবিতাটো অসম সাহিত্য সভাৰ অঞ্চলিক কাৰ্যলয় ৰাংছিনা ভনত আবৃত্তি কৰে  আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কাৰ্যকতা সকলে ৷
Read More News
T & CPrivacy PolicyContact Us